Some geographical and historical facts about India In ,ভাৰতৰ বিষয়ে ভৌগােলিক আৰু ঐতিহাসিক কিছু তথ্য
খেল জগত
General Knowlege in Assamese sport Sports World
1. বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি ?
→ ধনুর্বিদ্যা বা আর্চাৰি।
4. বিশ্বকাপ ফুটবল কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়?
প্রতি চাৰি বছৰৰ মূৰে মূৰে।
6. বিশ্বকাপ ক্রিকেটত হেটট্রিক কৰা প্রথমজন বলাৰ কোন?
ভাৰতৰ চেতন শর্মা।
7. টেষ্ট ক্রিকেটত সর্বাধিক শতৰাণ কৰা প্রথম ভাৰতীয় খেলুৱৈজন কোন।
→ সুনীল গাভাস্কাৰ।
8. বিশ্ব ক্রিকেটৰ ঐতিহাসত সর্বপ্রথম ২০ হাজাৰৰাে অধিক ৰাণ কৰা ভাৰতীয় খেলুৱৈজন কোন?
শচীন তেণ্ডুলকাৰ।
9. অলিম্পিক খেল কেইবছৰৰ মূৰত অনুষ্ঠিত হয়।
৪ বছৰৰ মূৰত।
10.২৯ তম বেইজিং অলিম্পিকৰ নাম কি ছিল?
→ গ্রেটেষ্ট শ্ব অন দা আর্থ।
11. এই মূলমন্ত্র তিনিটা কোন ব্যক্তিয়ে ঠিক কৰিছিল?
ফাডাৰ ডিডনে।
12.২৯ তম অলিম্পিক ২০০৮ বৰ্ষৰ ক’ত অনুষ্ঠিত হৈছিল?
চীন দেশৰ বেইজিত।
13. ২০০৮ চনৰ বেইজিং অলিম্পিকত স্বর্ণ পদক অর্জন কৰা ভাৰতীর খেলুৱে গৰাকী কোন?
~.অভিনৱ বিন্দ্রা। তেওঁ অলিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল শূটিঙত এই কৃতিত্ব অর্জন কৰে।
14. বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি?
ধনুর্বিদ্যা বা আচাৰি। ধনুর্বিদ্যা ভূটানৰ জাতীয় খেল।
15. এছিয়ান গেম কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়।
চাৰি বছৰৰ মূৰে মূৰে।
16. টেনিছ খেলৰ জন্মস্থান কত?
ফ্রান্স।
মহেন্দ্র সিং ধােনী।
18.২০০৮ বৰ্ষৰ আন্তর্জাতিক ক্রিকেট পৰিষদৰ (ICC) বর্বশ্রেষ্ঠ ক্রিকেটাৰ বঁটা লাভ কৰা খেলুৱৈগৰাকী কোন?
মহেন্দ্র সিং ধােনী।
19 কোনগৰাকী ভাৰতীয় খেলুৱৈয়ে আন্তজাতিক ক্রিকেট পৰিষদৰ (ICC) ২০০৩ চনৰ উদীয়মান খেলুৱৈৰ বঁটা লাভ কৰে?
ইৰফান পাঠানে।
20 এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৫০০ উইকেট লােৱা বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ কোন?
বাছিম আক্রাম।
21 ‘প’ল’ খেলৰ জন্মস্থান কত?
ভাৰতবৰ্ষৰমণিপুৰত।
22. প্রথম আন্তর্জাতিক হকী প্রতিযােগিতা কেতিয়া হৈছিল?
১৯০৭ চনত।
23. কাবাডি খেল সর্বপ্রথম ক’ত প্রচলন হৈছিল ?
ভাৰতত।
24. অর্জুন বঁটা বিজয়ী প্রথম সাঁতােৰবিদ কোন ?
→ ব্ৰজংগী প্রসাদ।
25. অর্জুন বঁটা বিজয়ী প্রথম অসমীয়া খেলুৱৈগৰাকী কোন?
ভােগেশ্বৰ বৰুৱা ঃ দ্বিতীয়গৰাকী হ’ল মনালিছা বৰুৱা।
26. পুৰুষ আৰু মহিলাৰ আন্তর্জাতিক বেডমিন্টন চেম্পিয়নশিপট্ৰফীটোৰনাম কি?
→ পুৰুৰ থমাছ কাপ আৰু মহিলাৰ উবেৰ কাপ।
27. বিশ্ব ক্রীড়াৰ ইতিহাসত হকী খেলত সর্বাধিকগ’ল দিয়া খেলুৱৈগৰাকী কোন?
১৯৫২ চনৰ হেলছিংকি অলিম্পিকত পঞ্জাবৰ বলবীৰ সিংহই ১৩ টাৰ ভিতৰত অকলে ৯ টা গলি দিয়ে।
28. বিশ্ব কেডেট আৰ্চাৰী প্রতিযােগীতাত অসমৰ কোনগৰাকী খেলুৱৈয়ে বিশ্ব অভলেখ গঢ়িছে?
ৰাজীর বসুমতাৰীয়ে।
29. এভাৰেষ্ট শৃংগ আৰােহণ কৰা অন্ধ ব্যক্তিগৰাকী কোন?
এৰিক উইহেন মেয়াৰ ।
30.ভাৰতৰ জুডাে খেলৰ কোনে প্ৰৱৰ্তন কৰিছিল ?
বিশ্বকবিৰবীন্দ্রনাথ ঠাকুৰে।
ভাৰতৰ বিষয়ে ভৌগােলিক আৰু ঐতিহাসিক কিছু তথ্য
31 ভাৰতৰ কোন ৰাজ্যত হীৰা পােৱা যায় ?
মধ্য প্রদেশৰ পান্নাত।
32 ভাৰতৰ কোন ৰাজ্যত সােণ পােৱা যায় ?
* কর্ণাটক ৰাজ্যত সােণৰ খনি আৰু সােণ পােৱা যায়।
33 ভাৰতৰ কোন কোন ৰাজ্যত কফি খেতি কৰা হয়?
কর্ণাটক, তামিলনাড়ু আৰু কেৰালাত।
ভাৰতৰ ক'ত ক’ত আফুখেতি কৰা হয়?
মধ্যপ্রদেশ, ৰাজস্থান, বিহাৰ আৰু উত্তৰ প্ৰদেশত।
০ ভাৰতৰ কোন কোন ঠাইত জাহাজ নির্মাণ হয়?
কোচিন, বিশাখাপট্টনম আৰু পশ্চিমবঙ্গত।
ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা বেছি?
কেৰালা আৰু হিমাচল প্রদেশত।
০ গংগা নদীৰ উৎপত্তি স্থান কত?
হিমালয়ৰ গংগােত্রীত।
Q শেষ মােগল সম্রাটজনৰ নাম কি আছিল?
দ্বিতীয় বাহাদুৰ শ্বহ।
০ ভাৰতৰ প্রাচীনতম বিশ্ববিদ্যালয়ৰ নাম কি?
তক্ষশীলা।
০ “প্রিয়দর্শী” কোন আছিল?
সম্রাট অশােক।
০ সাৰনাথৰ স্থূপ কোনে সজাইছিল ?
সম্রাট অশােকে।
০ ভাৰতৰ পােনপ্ৰথমে কোনে কামান ব্যৱহাৰ কৰিছিল?
সম্রাট আকবৰে।
ভাৰতৰ সর্বশ্রেষ্ঠ সম্রাট কোন?
মহামতি আকবৰ।
O কুতুব মিনাৰ কোনে সজাইছিল?
দাস চুলতান কুতুবউদ্দিনে।
০ ভাৰতৰ আদি কবিগৰাকীৰ নাম কি?
→ বাল্মীকি।
০ শিৱাজীৰ গুৰুৰ নাম কি আছিল ?
ৰামদাস স্বামী।
O ৰাণা প্রতাপৰ ঘোঁৰাটোৰ নাম কি আছিল ?
চেতক।
O হর্ষবর্ধনৰ সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল ?
শীলভদ্র।
০ ভাৰতৰ তথা বিশ্বৰ শ্ৰেষ্ঠ সমাধিটোৰ নাম কি? তাক কোনে তৈয়াৰ কৰিছিল ?
আগ্রাৰ তাজমহল। সম্রাট চাহাজাহানে সজাইছিল।
সােমনাথ মন্দিৰ কোনে লুণ্ঠন কৰিছিল ?
গজনীৰ চুলতান মামুদে।
০ শিরাজীৰ আধ্যাত্মিক গুৰু কোন?
ৰামদাস।
০ আই, এম, এফৰ মুৰব্বী হােৱা বিশৰ প্রথম মহিলাগৰাকীৰ নাম কি?
(ফ্রান্স) শ্ৰীষ্টিন লেখার্ড।
এফ, বি. বি. ফেমিনা মিছ ইণ্ডিয়া ২০১৬ প্রতিযােগিতাত কোনে খিতাপ, আৰ্জন কৰে ?
প্রিয়দর্শিনী চেট্টার্জীয়ে।।
০ অৰুণাচল প্রদেশৰ মুখ্য সচিব পদত অধিষ্ঠিত প্রথম মহিলাগৰাকী কোন?
শকুন্তলা দলে গামলিন। এওঁ ১৯৮৮ চনৰ আই. এ. এচ. বিষয়া আছিল।
অসমৰ প্ৰাচীন লােক বাদ্য কি?
ঢোল।
০ মিচিংসকলে ঢােলক কি বােলে ?
→ দুমদুম।
কম্পিউটাৰ
Gk Computer Question And Answers in Assamese
চার্লছ বেবেজ।
Q_Ram বুলিলে কি বুজা ?
Ram মানে Random Access Memory হল কম্পিউটাৰৰ এনে এটা
সুতি অশ, য'ত তথ্যবােৰ ক্ষণস্থায়ীভাবে সংৰক্ষণ কৰিব পাৰি। ইয়াত
লিখা আৰু পঢ়া দুয়ােবিধ কর্ম কৰিব পাৰি।
0. Rom বুলিলে কি বুজা?
– Rom মানে Read only memory হল কম্পিউটাৰৰ এনে এটা স্মৃতি অং শ যত তথ্যবােৰ চিৰস্থায়ীভাবে সংৰক্ষণ কৰিব পাৰি। ইয়াত কেৱল। এথালােল অধ্যয়নহে কৰিব পাৰি, কিন্তু লিখিব নােৱাৰি।
Gk Computer Question And Answers
ALUS মানে কি?
* ALUহল Arithmatic Logical Unit য'তনানা ধৰণৰ গাণিতিক তথ্য যুক্তি মতে কম সমাধা কব পাৰি।
০ কম্পিউটাৰৰ ইতিহাসত প্রথম কাক প্ৰগ্ৰেমাৰ বুলি কোৱা হয় ?
+ লেকি আগাটা মাডা লাভলেচক।
০. ইন্টাৰনেট "Intermet” কি?
* ইন্টার্নেট হল বিশ্বৰ বৃহত্তম নৌক(Network) ব্যৱস্থা, যাৰ সহয়ত অতি
কম খরচত খিপ্রতারে ঈীৰে তথ্য সগ্রহ, যােগান আৰু সকলন কৰিব পাৰি।
০ ই-মেইল (E-mail) কিবুজায়
* ইন্টাৰনেটৰ জৰিয়তে খা-খবৰ, আদান-প্রদান কৰা ব্যৱস্থাটোৱেই হ'ল
“ইলেক্ট্রনিক মেইল' বা ইমেইল'।
ইকমার্চ {ECorrentrce) বুলিলে কি বুজায়।
* কম্পিউটাৰৰ সহায়ত ব্যৱসায় বাণিজ্য কৰাৰ ব্যৱস্থাটোৱেই হ'ল ইকমার্চ।
০ হাইব্রিড কম্পিউটাৰ কি?
* এ নলগ আৰু ডিজিটেল দুয়ােবিধ যৰ বৈশিষ্ট্য সমূহ একেলগ কৰি সাজি।
উলিওৱা কম্পিউটাৰ।
০. কোন গৰাকী বাক্তিক মানৱ কম্পিউটাৰ আখ্যা দিয়া হয়?
* ভাৰতৰ শকুন্তলা দেৱীক। ।
০ স্মার্ট ভুগ” কি?
* ভাইৰাছৰ দ্বাৰা আক্ৰাস্ত কম্পিউটাৰ ভাইৰাছ নষ্ট কৰিবৰ বাবে ব্যৱহাৰ কৰা এবিধ এন্টিবায়টিক প্রগ্রাম।
2 চাইবাৰ অপৰাধ (Cyter Crime) কি?
* দুষ্ট চনৰ ইণ্টাৰনেট সেবা অপপ্রয়ােগ কথাই হ’ল চাইবাৰ অপৰাধ।
চলচিত্র জগত
Film World Gk Question And Answers
0 কোন পিতা-পুত্রই দাদা চাহেব ফান্ডে বঁটা লাভ কৰিছিল?
পৃম্বিৰাজ কাপুৰ ১৯৭২'চন আৰু ৰাজকাপুৰ ১৯৮৮' চল।
০.কোনখন ভাৰতীয় সিনেমা প্রথম বিদেশত প্ৰদৰ্শন কৰা হয় ?
* হিমাংশু লয়ণ ছবি “লাইট অব এছিয়া” ১৯২৬ চনত।
০. ‘উমা দেৱী" নামৰ এগৰাকী প্রখ্যাত হিন্দী ছবিৰ অভিনেত্রী শাস্ত্রীয় সংগীতটো প্রথাত। তেওঁ কোন?
টুনটুনা'।
০ ভাৰতীয় কথাছবিত প্রথম দ্বৈত ভুমিকাত মেনে অভিনয় কৰিছিল?
– মাষ্টাৰ ভিঠল (ছবি Prisoner of love, ১৯২৬ চম)।
০ ফৰাচী চৰকাৰে কোন ভাৰতীয় কথাছবিৰ শিল্পী বিখ্যাত চিভালিয়ের পুৰক্ষাৰেৰে সম্মানিত কৰিছিল?
* দক্ষিণৰ প্রবাদপ্রতীম অভিনেতা শিৱাশ্রী গণেশনক।
০ ১৯৯৭ চনৰ বাবে ফিল্মফেয়ান লাইফ টাইম ধটা কোনে লাভ কৰিছিল?
– শর্মিলা ঠাকুৰে।
ইংৰাজী আৰু হিন্দী দুয়ােটা ভাষাত প্রথম নির্মিত ছবিখনৰ নাম কি?
* দ্যা কোর্ট ডান্সার (The Court Dancer)
০ আটাইতকৈ বেছি এস্কাৰ বঁটা লাভ কৰা কথাছবিখনৰ নাম কি?
* টাইটানিক। ১১ টা অস্কাৰ।
০ প্রথম মহিলা সংগীত পৰিচালিকা কেন?
সৰস্বৰ্তী দেবী। কথাছবি “জ্বালানী কি হাওলা”।
০ প্রমথেশ বৰুৱাৰ “দেবদাস” ছবিখনত “পার্বতী'ৰ ভূমিকাত হিন্দী আৰু বাংলা দুয়ােটা ভাহাতে অভিনয় কৰিছিল?
→ বৰুৱাৰ পত্নী যমুনা বৰুৱাই।
০ সত্যজিত ৰায়ৰ প্ৰথম ৰীন ছবি কি?
* কাঞ্চ জংঘা ।
০ ভাৰতৰ প্রথম পূর্ণদৈর্ঘ্যৰ বহু ৰঙীন ছবি কেনন?
"অন মেহকুব প্রভাকন।
০ প্রথম হিন্দী সবাক কথাছবি কি ?
১৯৩১ চনত ইম্পেৰিয়েল ফিল্ম কোম্পানীৰ আদেশী ইৰানীৰ
প্রযােজনাত আৰু পৰিচালনা কৰা “আলম আৰা”। সংগীত পৰিচালনা
ফিৰােজ
0চার্লি চপলিনৰ শেষ নির্বাক ছবি কোনখন ?
→ মডার্ণ টাইছ।
০ পথে পাঁচালী ছবিখনৰ সংগীত পৰিচালক কোন আছিল?
→ পণ্ডিত ৰবিশংকৰ।
0 কোনখন পােনপ্ৰথম ভাৰতীয় চিনেমাত পুৰুষ অভিনেতাই মহিলা চৰিত্ৰৰ
অভিনয় কৰিছিল?
১৯১৩ চনত মুক্তি পােৱা হিন্দী চিনেমা “ৰাজা হৰিশ্চন্দ্রত।