0212

General Knowledge in assamese The highest, longest in the world as well as in India, etc. পৃথিৱীৰ তথা ভাৰতৰ উচ্চতম , দীর্ঘতম ইত্যাদি

পৃথিৱীৰ তথা  ভাৰতৰ  উচ্চতম , দীর্ঘতম ইত্যাদি 

The highest, longest in the world as well as in India, etc. 

General Knowledge in assamese The highest, longest in the world as well as in India, etc. পৃথিৱীৰ তথা  ভাৰতৰ  উচ্চতম , দীর্ঘতম ইত্যাদি


আমাৰ চাৰিও ফালে হয়া কিছুমান  প্রশ্নঃ  আছে  আজি আমি সেই সাধারণ জ্ঞানৰ  প্রশ্ন  আৰু উত্তৰ(  General Knowledge questione and answer in assamese)  জানিম। এই আমাৰ  ব্লগত (General Knowledge  daily Update) ত যেনে prithibir totha bharator uchhatam , Dirghatam ittyadi 
আহক তে আমি আৰম্ভ কৰো সাধাৰণ জ্ঞানৰ হৈতে। lets gets start.


১.পৃথিৱীৰ  আটাইতকৈ ডাঙৰ মহাদেশ কোন টো ?

উত্তৰঃ এছিয়া 

২. আটাইতকৈ ডাঙৰ মহাসাগৰ  কোনটা ?

উত্তৰঃ প্রশান্ত  মহাসাগৰ 

৩.উচ্চতম বিমান বন্দৰ ?

উত্তৰঃ বাংডা বিমান বন্দৰ ( তিব্বত ).

৪.উচ্চতম  জলপ্রপাত ?

উত্তৰঃ ছেলেট ' এঞ্জেল  (ভেনিজুয়েলা  ) 

৫..উচ্চতম ৰেল ষ্টেশন ?

উত্তৰঃ কনডন ৰেল  ষ্টেশন। 

৬.উচ্চতম  বিমান  ক্ষেত্র ?


উত্তৰঃ লাড়াক। 

৭.দীর্ঘতম ৰেলৰ প্লেটফর্ম ?

উত্তৰঃ খড়গ পুৰ (ভাৰত ) (দৈর্ঘ ২.৭৩৩ ফুট ) .

৮.দীর্ঘতম বন্ধ ?

উত্তৰঃ হীৰাকুঁদ (মহানদী , ভাৰত। 



৯.দীর্ঘতম মহাকাব্য ?

উত্তৰঃ মহাভাৰত। 

১০.বৃহত্তম  নদী দ্বীপ ?

উত্তৰঃ মাজুলি (অসমৰ ব্রহ্মপুত্র নদীৰ মাজত )

১১.পৃথিৱীৰ বৃহত্তম সাগৰ ?

উত্তৰঃ দক্ষিণ চীন সাগৰ 

১২.পৃথিৱীৰ বৃহত্তম বিমান বন্দৰ  ?

উত্তৰঃ চিকাগো আন্তর্জাতিক বিমানবন্দৰ (আমেৰিকা যুক্তৰাষ্ট্র )

১৩.পৃথিৱীৰ বৃহত্তম মরুভূমি ?

উত্তৰঃ উত্তৰ আফ্রিকাৰ ছাহাৰা (৮৪,০০,০০০ বর্গ  কিলোমিটাৰ। 

১৪.ভাৰতৰ বৃহত্তম গুহা মন্দির ?

উত্তৰঃ ইলোৰা (মহাৰাষ্ট্র )।
 
১৫.ভাৰতৰ বৃহত্তম ব-দ্বীপ  কি ?

উত্তৰঃ সুন্দৰবন ( ৭৫,০০০ বর্গ  কিলোমিটাৰ  .

১৬.ভাৰতৰ  বৃহত্তম  গুৰুদ্বাৰ ?

উত্তৰঃ স্বর্ণ মন্দিৰ (অমৃতসৰ)

১৭.ভাৰতৰ  বৃহত্তম তাৰকাগৃহ ?

উত্তৰঃ বিৰলা  প্লেনেটৰিয়াম কলিকতা। 

১৮.ভাৰতৰ  বৃহত্তম চিৰিয়াখানা ?

উত্তৰঃ জুৱলজিকেল গার্ডেন কলিকতা। 

১৯.ভাৰতৰ দীর্ঘতম  আলিবাট ?

উত্তৰঃ গ্রেণ্ড ট্রাস্ক ৰো'ড। 

২০.ভাৰতৰ ক্ষুদ্রতম জনসংখ্যাৰ ৰাজ্য ?

উত্তৰঃ  চিকিম 

২১.ভাৰতৰ সর্বাধিক বৰষুণ  হোৱা ঠাই?

উত্তৰঃ মোউচিঁনৰাম , মেঘালয়। 

২২.পৃথিৱীৰ  আটাইতকৈ দীঘল  নদী  ?

উত্তৰঃ আমাজান। 

২৩.পৃথিৱীৰ আটাইতকৈ ডাঙৰ  দ্বীপ  ?

উত্তৰঃ   সুন্দৰ বন 

২৪. ভাৰতৰ  আটাইতকৈ  জনবহুল  নগৰ ?

উত্তৰঃ মুম্বাই। 

২৫.পৃথিৱীৰ আটাইতকৈ  ক্ষুদ্র  চৰাই ?

উত্তৰঃ হার্মিংবার্ড 

২৬.পৃথিৱীৰ আটাইতকৈ ডাঙৰ  চৰাই  

উত্তৰঃ উটপক্ষী। 

২৭.পৃথিৱীৰ  বৃহত্তম বেংক  

উত্তৰঃ  বেংক অফ  আমেৰিকা   

Comments